Hostel Students Lead the Way in Inspiring Cleanliness Drive

Home >NewsEvent >Hostel Students Lead the Way in Inspiring Cleanliness Drive
২২ জুন ২০২৫ তাৰিখ দেওবাৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ বীৰ চিলাৰায় ছাত্ৰাবাসৰ ছাত্ৰসকলৰ স্বেচ্ছামূলক শ্ৰমদান আগবঢ়ায়। মহাবিদ্যালয়ৰ ছাত্ৰসকলে মহাবিদ্যালয়খনি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত সদায়েই আমাৰ সহযোগী হৈ আহিছে। দেওবাৰেও ৰাতিপুৱা ছাত্ৰসকলে মহাবিদ্যালয়ৰ প্ৰতি থকা তেওঁলোকৰ আন্তৰিকতা কৰ্মৰে প্ৰকাশ কৰে।