১০ ছেপ্তেম্বৰ ২০২৫ তাৰিখে অতিথি অধ্যাপকৰ দ্বাৰা পাঠদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। "সাহিত্যতত্ত্ব আৰু আলোচনা" শীৰ্ষক বিষয়ত অসমীয়া বিভাগৰ পাঠ্যক্ৰমৰ অন্তৰ্গত আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ পাঠদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰেৱত মহন্তই উক্ত পাঠদান কাৰ্যসূচীৰ অতিথি অধ্যাপক হিচাপে উপস্থিত থাকে।




