Observing World Suicide Prevention Day

Home >NewsEvent >Observing World Suicide Prevention Day

১০ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে সৰুপথাৰৰ 'আশাদীপ'ৰ উদ্যোগত গোলাঘাট জিলা স্বাস্থ্য সমিতিয়ে সৰুপথাৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অন্তৰ্গত 'বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ' উপলক্ষে খুবেই প্ৰয়োজনীয় আৰু স্পৰ্শকাতৰ এই বিষয়টোৰ সম্পৰ্কে এক মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজিত কৰে। অনুষ্ঠানটিত ডা.সন্তোষ কুমাৰ যাদৱ (এম.ডি,মানসিক স্বাস্থ্য), বুল্টি শইকীয়া (ক্লিনিকেল ছাইক’লজিষ্ট), ছেনিম চুলতানা ইছলাম (কাউন্সেলৰ, চিভিল হস্পিটেল গোলাঘাট), হৰজিত মৰাণ (প্ৰজেক্ট মেনেজাৰ, আশাদীপ) আৰু বৰ্ষা বৰঠাকুৰ (ছাইক’লজিষ্ট, আশাদীপ) উপস্থিত আছিল। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চিতভাৱে এই কাৰ্যসূচীৰ দ্বাৰা উপকৃত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল।