সৰুপথাৰ মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী শ্ৰীযোগেন মোহনৰ।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী শ্ৰীযোগেন মোহনৰ।
৫ জুলাই, ২০২৫ তাৰিখে পুৰাতত্ত্ব, পৰিবহন, পুথিভঁৰাল আৰু সমবায় বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযোগেন মোহন ডাঙৰীয়া আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক ড০ দীপিৰেখা কুলি:,উপ-সঞ্চালক, শ্ৰীনৱজ্যোতি দেউৰীয়ে সৰুপথাৰ মহাবিদ্যালয় পৰিদৰ্শন কৰে। বিশেষকৈ মহাবিদ্যালয়ৰ যাদুঘৰ সম্পৰ্কে দিহা-পৰামৰ্শ প্ৰদান কৰে।