২৬ জুন ২০২৫ তাৰিখে অসম কলেজ শিক্ষক সংস্থা গোলাঘাট মাণ্ডলিক সমিতিৰ প্ৰথম বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় সৰুপথাৰ মহাবিদ্য়ালয়ত। সৰুপথাৰ মহাবিদ্য়ালয়ৰ শিক্ষক গোটে আয়োজন কৰা কাৰ্যনিৰ্বাহকখনত উপস্থিত থাকে অসম কলেজ শিক্ষক সংস্থা গোলাঘাট মাণ্ডলিক সমিতিৰ বিষয়ববীয়াসকল।




