সৰুপথাৰ মহাবিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সহযোগত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন। প্ৰাক্তন ছাত্ৰৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।








