How do you make an aquarium?

Home >NewsEvent >How do you make an aquarium?

সৰুপথাৰ মহাবিদ্যালয়ৰ এবছৰীয়া বৃত্তিমুখী পাঠ্যক্ৰম 'আধুনিক মীন পালন'ৰ শ্ৰেণীসমূহৰ লগত সংগতি ৰাখি আগবঢ়োৱা হয় একুৱাৰিয়াম প্ৰস্তুতকৰণ সম্পৰ্কীয় পাঠদান।একুৱাৰিয়াম কেনেকৈ সাজিব পাৰি সেই সম্পৰ্কে এটা মনোগ্ৰাহী আলোচনা বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পৱিত্ৰ চুতীয়াই আগবঢ়ায়। 'আধুনিক মীন পালন' পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠদানে যথেষ্ট উপকৃত কৰিব।