International Women's Day Celebration at Sarupathar College

Home >NewsEvent >International Women's Day Celebration at Sarupathar College

প্ৰতি বৰ্ষৰ ৮ মাৰ্চৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয়।  ২০২৫ বৰ্ষৰ ৮ মাৰ্চ শনিবাৰে সৰুপথাৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে।  সৰুপথাৰ মহাবিদ্যালয় মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱসৰ  উপলক্ষে "For All Women and Girls: Rights, Equality, Empowerment" শীৰ্ষক বিষয়ত বক্তৃতা অনুষ্ঠানৰ অনুষ্ঠিত কৰে।  মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকেল বক্তৃতানুষ্ঠানত নাৰী দিৱস সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰে।