সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নিশামণি বৰাৰ সাফল্য।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নিশামণি বৰাৰ সাফল্য।
যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য... 
 
গোৱা পৰ্যটনৰ উদ্যোগত ১৮-২২ মাৰ্চ, ২০২৬ তাৰিখলৈ গোৱাত অনুষ্ঠিত All India Windsurfing and kiteboarding চেম্পিয়নশ্বিপত IQ Windsurfing মহিলা শাখাত অসমক প্ৰতিনিধিত্ব কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নিশামণি বৰাই দ্বিতীয় স্থানেৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । স্বাভাৱিকতেই এই দু:সাহসিক ক্ৰীড়াত নিশামণিৰ ধাৰাবাহিক সফলতাই সৰুপথাৰ মহাবিদ্যালয় পৰিয়ালবৰ্গক গৌৰৱান্বিত কৰাৰ লগতে উৎফুল্লিত কৰিছে। মহাবিদ্যালয়ৰ পৰিয়ালৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে নিশামণিলৈ অভিনন্দন আৰু শুভেচ্ছা জনায়।