"খেলো ইণ্ডিয়া"ৰ অন্তৰ্গত ট্ৰাইবেল গে'মছত সৰুপথাৰ মহাবিদ্যালয়ৰ দুগৰাকী খেলুৱৈৰ সাফল্য।

Home >NewsEvent >"খেলো ইণ্ডিয়া"ৰ অন্তৰ্গত ট্ৰাইবেল গে'মছত সৰুপথাৰ মহাবিদ্যালয়ৰ দুগৰাকী খেলুৱৈৰ সাফল্য।
যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য 
 
যোৱা ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চ, ২০২৬লৈকে ছট্টিছগড়ৰ ৰাইপুৰত অনুষ্ঠিত "খেলো ইণ্ডিয়া"ৰ অন্তৰ্গত ট্ৰাইবেল গে'মছত সৰুপথাৰ মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী ডুংখাম ছেং টুৰুঙে ৬৩ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক আৰু দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মানস প্ৰতিম সোণোৱালে পুৰুষৰ ১১০ কেজি শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এই দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাফল্যত মহাবিদ্যালয় পৰিয়ালবৰ্গ  গৌৰান্বিত।