Student Achievement

Home >NewsEvent >Student Achievement
যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য 
 
যোৱা ২০ আৰু ২১ জুনত নেপালত অনুষ্ঠিত "Indo Nepal International Games '2025"ত সৰুপথাৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক ১ম বৰ্ষৰ ছাত্ৰী নাং চেন চিৰিঙে 'কিক বক্সিঙ'ৰ নিম্ন শাখাৰ ৬০ কেজিত অংশ গ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকীৰ এই সফলতাই মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক আনন্দিত কৰিছে। চেন চিৰিঙলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে হিয়াভৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।