Student achievement

Home >NewsEvent >Student achievement
যাত্ৰা অসীম অনন্ত
ছাত্ৰ-ছাত্ৰীৰ সাফল্য
 
সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন কৃতী ছাত্ৰী চয়নিকা গোহাঁয়ে "ৰেংমা ভাষা : এটি ৰপতাত্ত্বিক অধ্যয়ন" শীৰ্ষক গৱেষণা সম্পূৰ্ণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। অসমীয়া বিভাগৰ তৰফৰ পৰা আৰু মহাবিদ্যলয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে প্ৰাক্তন ছাত্ৰীগৰাকীলৈ অভিন্দন জ্ঞাপন কৰে।