যাত্ৰা অসীম অনন্ত
27/03/2025 তাৰিখে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃমহাবিদ্যালয়/আন্তঃবিশ্ববিদ্যালয়ৰ দ্বৈত অভিনয় প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ কুলদ্বীপ গগৈ আৰু ছাত্ৰী পূজাশ্ৰী বৰাই বিচাৰকৰ বিশেষ বটাঁ পাবলৈ সক্ষম হৈছে।





