Distribution of Sanitary Pads

Home >NewsEvent >Distribution of Sanitary Pads
২৭ আগষ্ট, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ মহিলা-কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত ছেনিটেৰী পেড বিতৰণ কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে মহিলা-কোষৰ সভানেত্ৰী ড০ ববিতা দত্তই । মহিলা-কোষৰ বিষয়ববীয়া তথা সদস্যসকলৰ উপস্থিতিত তিনি শতাধিক ছাত্ৰীক পেডসমূহ বিতৰণ কৰা হয়।