সৰুপথাৰ মহাবিদ্যালয়ত বাটৰ নাট প্ৰদৰ্শিত হয়।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ত বাটৰ নাট প্ৰদৰ্শিত হয়।

৯ অক্টোবৰ, ২০২৫ তাৰিখে অসম চৰকাৰৰ "জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প - ২"ৰ অধীনত সৰুপথাৰ মহাবিদ্যালয়ত অভিনেতা নয়ন-নিৰ্বাণ বৰুৱাৰ উদ্যোগত এখনি বাটৰ নাট প্ৰদৰ্শিত হয়। অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয়টোক লৈ এনেদৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী সকলোকে সচেতন কৰাৰ প্ৰয়াসৰ কৰে। নাটখনৰ সংশ্লিষ্ট সকলোলৈকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়াই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।