অৰ্থনীতি বিভাগৰ হাতে লিখা আলোচনী "অৰ্থদৃষ্টি"।

Home >NewsEvent >অৰ্থনীতি বিভাগৰ হাতে লিখা আলোচনী "অৰ্থদৃষ্টি"।
যাত্ৰা অসীম অনন্ত...

হাতে লিখা আলোচনীৰ পৰম্পৰা সৰুপথাৰ মহাবিদ্যালয়ত অব্যাহত ৰাখিছে  ছাত্ৰ-ছাত্ৰীসকলে। এই যাত্ৰাৰ অন্যতম অংশীদাৰ অৰ্থনীতি বিভাগ। ২৯ মে', ২০২৬ তাৰিখে বিভাগীয় শিক্ষকবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষৰ হাতত তুলি দিলে দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যাৰ "অৰ্থদৃষ্টি"।