Students Achievement

Home >NewsEvent >Students Achievement
যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য
১৭ মাৰ্চ আৰু১৮ মাৰ্চ, ২০২৫ তাৰিখে নাগালেণ্ডৰ ডিমাপুৰত দুদিনীয়াকৈ অনুষ্ঠিত "অস্মিতা খেল' ইণ্ডিয়া"ৰ উত্তৰ পূৰ্বাঞ্চল মণ্ডলৰ পেনচাক ছিলাট মহিলা লীগত সৰুপথাৰ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আশামণি মুছাহাৰীয়ে একক আৰু দলীয়ভাবে দুয়োটাতে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।