Digital Documentation of Sarupathar College Museum.

Home >NewsEvent >Digital Documentation of Sarupathar College Museum.

সৰুপথাৰ মহাবিদ্যালয়ৰ সংগ্ৰহালয় "যাদুঘৰ"ৰ ডিজিটেল ডকুমেন্টেচনৰ কাম সম্পন্ন হৈছে । যোৰহাট জিলা সংগ্ৰহালয় বিষয়া অৱন্তিকা পৰাশৰৰ দ্বাৰা মনোনীত গৱেষক-ছাত্ৰী গাৰ্গী হাজৰিকা আৰু মেঘনা দেৱীয়ে আন্তৰিকতাৰে কামটো আগবঢ়াইছিল।