যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য
সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰী স্বস্তিকা গগৈয়ে ২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত "খেলো ইণ্ডিয়া"ৰ উশ্বু ৱ'মেন লীগত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। সেইদৰে জানুৱাৰী মাহৰ ১৮ আৰু ১৯ তাৰিখে বোন্দাত অনুষ্ঠিত ৰাজ্যিক উশ্বু চেম্পিয়নশ্বিপতো স্বস্তিকা গগৈয়ে স্বৰ্ণ পদক লাভ কৰিছে। ছাত্ৰীগৰাকীলৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।



