'বিশ্ব কেঞ্চাৰ দিৱস' ৰ (৪ ফেব্ৰুৱাৰী) সৈতে সংগতি ৰাখি সৰুপথাৰ মহাবিদ্য়ালয়ত ধনশিৰি মহকুমা খণ্ড স্বাস্থ্য় বিভাগৰ উদ্য়োগত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীসকলৰ মাজত এখন সজাগতামূলক সভা সম্পন্ন কৰা হয়।