১৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী সমন্বিতে সভক্তিৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰে। সৰুপথাৰ মহাবিদ্যালয়ত বৃহৎ পৰিয়ালটিৰ সমগ্ৰ বিদ্যুৎজনিত কাম-কাজখিনি অতি দায়বদ্ধতাৰে নিয়াৰিকৈ বছৰ বছৰ ধৰি কৰি আহিছে অসীম গগৈয়ে। প্ৰত্যেকটো বৰ্ষৰ দৰে এইবছৰো বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়।



