Students Achievement

Home >NewsEvent >Students Achievement
যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য 
 
২৪,২৫ আৰু ২৬ এপ্ৰিল, ২০২৬ তাৰিখে মেঘালয়ৰ ইউ.এছ.টি এম বিশ্ববিদ্যালয়ত অনুষ্ঠিত আৰু কুংফু স্প'ৰ্টছ এছচিয়েছন, মেঘালয়ৰ দ্বাৰা আয়োজিত দশম ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সৰুপথাৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী নাং ছেং চিৰিঙে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ছাত্ৰীগৰাকীৰ এই সফলতাই মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক আনন্দিত কৰিছে। নাং ছেং চিৰিঙলৈ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।