Free Medical Camp Held at Sarupathar College in August.

Home >NewsEvent >Free Medical Camp Held at Sarupathar College in August.
২২ আগষ্ট, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ সহযোগত সৰুপথাৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান/প্ৰতিষ্ঠানত প্ৰতি মাহৰ প্ৰথমটো শনিবাৰে চলি আছে মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ।  আগষ্ট মাহৰ চতুৰ্থটো শনিবাৰে এই স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ল সৰুপথাৰ মহাবিদ্যালয়ত। জ্যেষ্ঠ চিকিৎসক ডাঃ অজিত গগৈদেৱ আৰু তেওঁৰ সতীৰ্থবৃন্দৰ সদিচ্ছাতে এনে পদক্ষেপ সম্ভৱপৰ হৈ আছে।