A Free Medical Health Check-up Camp was held at Gandhakoroi Adarsha Anganwadi Centre.

Home >NewsEvent >A Free Medical Health Check-up Camp was held at Gandhakoroi Adarsha Anganwadi Centre.
২৬ ছেপ্টেম্বৰ, ২০২৬ ছেপ্টেম্বৰ মাহৰ চতুৰ্থটো শনিবাৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ সহযোগত প্ৰতি মাহৰ এটা শনিবাৰে বিভিন্ন অঞ্চলত এটি মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এইবাৰ এই শিবিৰ সম্পন্ন হয় সৰুপথাৰ গন্ধকৰৈ গাঁৱৰ আদৰ্শ অংগনবাদী কেন্দ্ৰত। মহাবিদ্যালয়ৰ সমন্বয়ক ড০ ববিতা দত্ত আৰু গন্ধকৰৈ গাঁৱৰ শ্ৰীদেৱজ্যোতি শইকীয়ালৈ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে ধন্যবাদ জ্ঞাপন কৰে।