20 মাৰ্চ,2025 তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত প্ৰথিতযশা সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, কবি, লিখক মণিকুন্তলা ভট্টাচাৰ্য মুখ্য় অতিথি হিচাপে উপস্থিত থাকে।
Guest Lecture Series 2.0 অনুষ্ঠানত "ঔপন্য়াসিকৰ দৃষ্টিভংগীৰে সাহিত্য, সমাজ আৰু জীৱন" শীৰ্ষক বিষয়ক ববক্তৃতা প্ৰদান কৰে।
উক্ত অনুষ্ঠানক পিছতেই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলৰ সমন্বিতে মণিকুন্তলা ভট্টাচাৰ্যৰ দ্বাৰা "অন্তৰঙ্গ আলাপ অনুষ্ঠান" অনুষ্ঠিত হয়।








