Student achievement

Home >NewsEvent >Student achievement
যাত্ৰা অসীম অনন্ত... 
ছাত্ৰ-ছাত্ৰীৰ সাফল্য়
 
১৮ছেপ্তেম্বৰৰ পৰা ২১ ছেপ্তেম্বৰলৈ, ২০২৫ বৰ্ষত তেজপুৰত অনুষ্ঠিত ৫৩ সংখ্যক সদৌ অসম ভাৰোত্তোলন চেম্পিয়নশ্বিপত সৰুপথাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী দুংখাম চেং তুৰুঙে মহিলাৰ ৬৩ কেজি চিনিয়ৰ আৰু জুনিয়ৰ শাখাত ক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীগৰাকীৰ এই সফলতাই মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক আনন্দিত কৰিছে। দুংখামৰ সফলতাক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।